দেশত দাম কমিব খোৱা তেলৰ..

 05/20/2022 - 19:01
 
 
নিউজ ডেস্কঃ ভাল খবৰ। দাম কমিব খোৱা তেলৰ! দেশত দাম হ্ৰাস পাব খোৱা তেলৰ৷ দাম কমিব পাম তেলৰ লগতে আন খোৱা তেলৰ দাম৷ পাম তেল সৰ্বাধিক ৰপ্তানি কৰে ইণ্ডোনেছিয়াই৷ পাম তেলৰ ৰপ্তানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা উঠাই লৈছে ইণ্ডোনেছিয়াই৷ 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।