অভিনেতা অক্ষয় কুমাৰৰ মহানুভৱতা

 05/26/2022 - 14:02
 
 
নিউজ ডেস্কঃ পুনৰ অভিনেতা অক্ষয় কুমাৰৰ মহানুভৱতা। অক্ষয় কুমাৰে অংগনৱাড়ীৰ শিশুৰ বাবে আগবঢ়াব ১ কোটি টকা৷ মধ্যপ্ৰদেশৰ শিৱৰাজ চৌহান চৰকাৰক সহায় আগবঢ়াব অক্ষয় কুমাৰে৷ ৫০ টা অংগনৱাড়ী কেন্দ্ৰৰ চোৱা-চিতাৰ দায়িত্বও ল’ব অক্ষয় কুমাৰে৷ কৃতজ্ঞতা প্ৰকাশ মধ্যপ্ৰদেশ চৰকাৰৰ৷  
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।