সুখবৰঃ প্ৰথমবাৰৰ বাবে হিন্দী উপন্যাসলৈ সন্মানীয় বুকাৰ বঁটা

 05/27/2022 - 14:05
 
 
নিউজ ডেস্কঃ সুখবৰ। প্ৰথমবাৰৰ বাবে হিন্দী উপন্যাসলৈ সন্মানীয় বুকাৰ বঁটা। উপন্যাসৰ শ্ৰীক প্ৰদান কৰা হয় এই সন্মান৷ ডেইজী ৰকৱেলে ইংৰাজীলৈ অনুবাদ কৰিছে ৰেত সমাধি শীৰ্ষক উপন্যাসখন৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।