পাকিস্তানত এদিনতে ৩০ টকাকৈ বাঢ়িল পেট্ৰলৰ দাম

 05/27/2022 - 15:04
 
 
নিউজ ডেস্কঃ এদিনতে ৩০ টকাকৈ পেট্ৰলৰ দাম বঢ়াক লৈ পাকিস্তানত হাহাকাৰ। প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম হ’লগৈ ১৭৯.৮৫ টকা৷ আৰু ডিজেলৰ দাম ১৭৪.১৫ টকা৷ প্ৰতিলিটাৰ কেৰাচিনৰ দাম ১৫৫.৯৫ টকা৷ ইন্ধনৰ দৰ বৃদ্ধিক লৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ কঠোৰ সমালোচনা৷ ইতিহাসত এয়াই সৰ্বাধিক দৰ বৃদ্ধি বুলি অভিহিত কৰিলে ইমৰাণ খানে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।