মাত্ৰ ৯ বছৰ বয়সত ভাৰত মহাসাগৰত সাঁতুৰি বিশ্ব অভিলেখ কস্তুৰী গগৈৰ

 05/27/2022 - 15:40
 
 
নিউজ ডেস্কঃ ভাল খবৰ৷ ৯বছৰ বয়সত ভাৰত মহাসাগৰত সাঁতুৰি বিশ্ব অভিলেখ গঢ়িলে অসমৰ কিশোৰীয়ে৷ একেৰাহে ১৩ঘণ্টা ৫০মিনিট সাঁতুৰি বিশ্ব অভিলেখ গঢ়িলে কস্তুৰী গগৈয়ে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।