দেশত নতুনকৈ ২,৬৮৫ গৰাকীৰ দেহত ক'ভিড-১৯ পজিটিভ

 05/28/2022 - 15:01
 
 
 
নিউজ ডেস্কঃ দেশত নতুনকৈ ২,৬৮৫ গৰাকী আক্ৰান্ত ক'ভিডত৷ ২৪ ঘণ্টাত ক’ভিডত মৃত্যু ঘটিছে ৩৩ জন লোকৰ৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।