ৰোহিত শেট্টিৰ মহানুভৱতা

 06/02/2022 - 18:47

নিউজ ডেস্কঃ ৰোহিত শেট্টিৰ মহানুভৱতা৷ মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ ৰোহিত শেট্টিৰ ৫১ লাখ টকাৰ আৰ্থিক সাহায্য৷ বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ এই সাহায্য ৰোহিত শেট্টিৰ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।