চাপৰত উপস্থিত ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য

 01/23/2023 - 11:56
 
 
 
 
চাপৰঃ চাপৰ অধিৱেশনৰ পৰা ড০ ভট্টাচাৰ্য্যৰ শৈক্ষিক দিশত চৰকাৰৰ ওচৰত দাবী উত্থাপন৷ ধুবুৰী জিলাত বিশ্ববিদ্যালয়, ইঞ্জিনীয়াৰিং কলেজ স্থাপনৰ দাবী৷ ৰত্নপীঠ মহাবিদ্যালয়ত কলা আৰু বাণিজ্য শাখা অন্তৰ্ভুক্ত কৰাৰ দাবী৷ চাপৰ অঞ্চলৰ বিদ্যালয় সমুহত উচ্চতৰ মাধ্যমিক শাখাত বাণিজ্য শাখা অন্তৰ্ভুক্ত কৰাৰ দাবী৷ NAAC ৰ দৰে অসমৰ শিক্ষা ক্ষেত্ৰ পৰ্য্যবেক্ষণ কৰাৰ বাবে এটি মূল্যায়ন কমিটি গঠন কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।