চাকুলি গাঁৱত ‘ত্ৰিশংকু স্বৰ্গ যাত্ৰা’ ভাওনা প্ৰদৰ্শন

 01/23/2023 - 12:54
 
 
ঢকুৱাখনাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনা দেওবাৰে নিশা চাকুলি গাঁৱত প্ৰদৰ্শিত হয় ত্ৰিশংকু স্বৰ্গ যাত্ৰা ভাওনা খনি৷ চাকুলি গাঁৱৰ নামঘৰত মিন ফুকন পৰিয়াল বৰ্গই আগবঢ়োৱা ত্ৰিশংকু স্বৰ্গ যাত্ৰা নামৰ ভাওনাখনিৰ জৰিয়তে আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰে। নাটখনৰ সকলো চৰিত্ৰই অভিনয়ে দৰ্শকক আমোদ দিবলৈ সক্ষম হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।