পুনৰ পেট্ৰ’লৰ মূল্য বৃদ্ধি

 03/23/2019 - 16:11

গুৱাহাটী: শনিবাৰে গুৱাহাটীত পুনৰ পেট্ৰ’লৰ মূল্য বৃদ্ধি পালে।বৰ্তমান গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৭২.৩৯ টকা।প্ৰতিলিটাৰ পেট্ৰলত ৫ পইচাকৈ বৃদ্ধি পাইছে৷

আনহাতে ডিজেলৰ মূল্য হ্ৰাস পালে।আজি গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৭.১০ টকা।প্ৰতিলিটাৰ ডিজেলত ৫ পইচাকৈ হ্ৰাস পাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।