ঘোঁৰাত দেৱীৰ আগমনক লৈ চিন্তীত পুৰোহীত বিন্দ

 09/28/2019 - 15:02

ডিজিটেল ডেস্কঃ আজি মহালয়া। প্ৰভাদ অনুসৰি মহালয়াৰ দিনাই মা দূৰ্গাৰ আগমন ঘটে ধৰালৈ। লগে লগে ৰংমন হৈ পৰে ধৰাৰ বুকু৷ কহোৱা, স্তলপদ্দ আৰু শেৱালি ফুলে বতাহৰ লগত আলিঙ্গনেৰে মা দূৰ্গাৰ আগমন কৰাই ধৰালৈ, পৃথিৱীৰ চৌদিশে ৰমকে জমকে দূৰ্গাৰ হাতেৰে মহিষাসুৰ বৰ্ধৰ আযোজন৷ আগমন আৰু গমনক লৈ চিনতিত পুৰোহিত বিন্দ৷

যোৰাবাট মহাকালেশ্বৰূ মন্দিৰৰ পুৰোহিত দয়াময়া চক্ৰৱৰ্তীয়ে কয় এইবাৰ দূৰ্গা দেৱীৰ আগমন ঘোঁৰাত আৰু গমনও ঘোঁৰাত। শনিবাৰে দেৱীৰ আগমন আৰু মংগলবাৰে গমন। দেৱী ঘোঁৰাত আহিলে দেশত ৰণক্ষেত্ৰ হয় বুলি প্ৰৱাত আছে, কাৰন ঘোঁৰা ৰনক্ষেএৰ প্ৰধান বাহন৷ ঘোঁৰাত দেৱীৰ আগমন আৰু গমনক লৈ চিন্তীত পুৰোহীত বিন্দ৷ দেৱীৰ আগমন আৰু গমন ঘোঁৰাত হোৱাৰ বাৱে দেশত আকালৰ লগতে মাৰ-কাট অশান্তী হোৱাৰ সম্ভাৱনা অধিক হ’ব পাৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।