ৰাজু ড্ৰেচেছৰ নতুন সংযোজন

 09/29/2019 - 17:21

ডিজিটেল ডেক্সঃ মহানগৰীৰ পুৰণি প্ৰতিষ্ঠান ৰাজু ড্ৰেচছে এইবাৰ যুৱতী তথা মহিলাসকলৰ বাবে নতুনত্বৰ সংযোজন ঘটাই সাজ পোছাকৰ সম্ভাৰ কঢ়িয়াই আনিছে। স্কুলীয়া পোছাকৰ সমান্তৰালকৈ মহিলা তথা যুৱতীসকলৰ বাবে দেওবাৰে ছয়মাইল ভি আই পি ৰোডৰ ইউনিয়ন বেংকৰ তলৰ মাধৱ ভৱনত "এক্সক্লচিভ লেডিছ কুৰ্টী আউটলেট"ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। সমাজসেৱক ইন্দৰচন্দ্ৰ গোৱেল আৰু শ্যামসুন্দৰ আগৰৱালাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।