গোলাঘাট আৰু বৰহোলা সংযোগী পথৰ নিৰ্মানত চৰম দুৰ্নীতি

 09/30/2019 - 11:37

গোলাঘাটঃ গোলাঘাট জিলাৰ পৰা বৰহোলালৈ যোৱা মূল পথছোৱা পকীকৰনৰ বাবে চৰকাৰে প্ৰায় চাৰিকুটি মুকলি কৰি দিছিল যদিও অতি নিম্ন মানৰ কাম কৰাৰ ফলত এক সপ্তাহৰ ভিতৰত বখলা বখলে এৰাই গৈছে। সোমবাৰে গাওঁৰ সকলো ৰাইজ উলাই আহি ঝাৰুলৈ আঘোনৰ সোণগোটিঁ চপোৱাৰ দৰে চপাই পেলালে মূলপথৰ সকলো শিলগুটি। লগতে এনেদৰে কাম আগবঢ়ালে গাঁৱৰ ৰাইজে সকলো কাম বন্ধ কৰি দিব বুলি হুংকাৰ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।