লখিমপুৰৰ দ'লহাটত আছুৰ ২ঘন্টীয়া অৱস্থান ধৰ্মঘট

 10/01/2019 - 18:55

লখিমপুৰঃ দ'লহাট চাৰিআলিৰ ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ফুলবাৰী সংযোগী পথৰ দুৰৱস্থাৰ বাবে এই প্ৰতিবাদ।

পথটি অতিশিঘ্ৰে নিৰ্মাণ আৰু দ'লহাট ফুলবাৰী নিৰ্মিয়মান পথ আৰু দলঙৰ কামত ব্যাপক অনিয়ম আৰু লেহেমীয়া কাম কৰাৰ প্ৰতিবাদত মঙলবাৰে ফুলবাৰী আঞ্চলিক ছাত্ৰসন্থাই দ'লহাট বজাৰৰ সমীপত ২ঘন্টীয়া অৱস্থানৰ ধৰ্মঘট পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।