অস্বাস্থ্যকৰ পৰিৱেশত বাক্সাৰ নিমুৱা স্বাস্থ্য কেন্দ্ৰ

 10/01/2019 - 19:26

শালবাৰীঃ হাবি জংঘলেৰে আৱৰা নিমুৱা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ এতিয়া গাহৰি গৰাললৈ পৰ্যবসিত।

প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত গাহৰী পালনৰ কৰ্মত ক্ষোভিত ৰাইজে চলালে চাফাই অভিযান।

পূৱ গোৱৰ্ধনা আঞ্চলিক উন্নয়ন সমিতি আৰু নিমুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিচালনা সমিতিৰ প্ৰচেষ্টাত চাফাই অভিযান কাৰ্যসূচী ৰূপায়ন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।