কামপুৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিক অপমান

 10/02/2019 - 13:06

কামপুৰঃ কামপুৰত জাতিৰ পিতা মহাত্মা গান্ধীক অপমান। কামপুৰ দেবনাৰিকলি পঞ্চায়তত মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত জোতা পিন্ধিয়েই বন্তি জ্বলালে কঠিয়াতলি উন্নয়ন খণ্ডৰ সম্প্ৰসাৰণ বিষয়া স্বস্মিতা নাইডিঙে। ১৫০তম জন্মজয়ন্তী উপলক্ষে দেব নাৰিকলি পঞ্চায়তত পদযাত্ৰা বাহিৰ কৰাৰ লগতে স্বচ্ছতা ওপৰত চাফাই অভিযান চলাই পঞ্চায়তটোৰ অৰ্ধশতাধিক লোকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।