আৰক্ষীয়ে হাতত অস্ত্ৰৰ বিপৰীতে ঝাড়ু লৈ নামিল ৰাজপথত

 10/02/2019 - 15:53

মৰিয়নীঃ মৰিয়নীত এইবাৰ চোৰ ডকাইতৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান নহয়।

হাতত ঝাড়ু লৈ ৰাজপথতত স্বচ্ছতাৰ অভিযানত নামিল মৰিয়নী আৰক্ষী।

বুধবাৰে পুৱা গান্ধী জয়ন্তী উপলক্ষে এনেদৰে মৰিয়নীত আৰক্ষী কৰ্মীসকলে হাতে হাতে ঝাড়ু লৈ চাফাই অভিযানত নামি পৰা দেখা গ’ল মৰিয়নীৰ ৰাজপথত৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।