মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে নয়নপুৰত স্বচ্ছ ভাৰত অভিযান

 10/02/2019 - 17:53

নয়নপুৰঃ মহাত্মা গান্ধীৰ ১৫০ তম জন্ম জয়ন্তী উপলক্ষে প্ৰতিশ্ৰুতি এনজিঅ ৰ সহযোগত অপ্টিমিষ্টিক কলেজ, অপ্টিষ্টিক এডুকেশন স্বৰাজ ইনস্টিটিউটৰ প্ৰতিষ্ঠানৰ লগতে নয়নপুৰৰস্থায়ী বাসিন্দাৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলে স্বচ্ছ ভাৰত অভিযান আযোজন কৰে।

স্বচ্ছ ভাৰত অভিযান হাতত লয় অপ্টিমিষ্টিক কলেজৰ অধ্যক্ষ গৰাকীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ শুভ জন্ম জয়ন্তীৰদিনা সকলোকে পৰিৱেশ পৰিস্কাৰ কৰি ৰখাৰ লগতে প্লাষ্টিক ব্যৱহাৰ ৰোধ কৰিবলৈ আহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।