নলবাৰী আৰক্ষী জালত দুৰ্ধৰ্ষ চোৰ

 10/03/2019 - 11:41

নলবাৰীঃ নলবাৰী আৰক্ষী জালত এক দুৰ্ধৰ্ষ চোৰ৷  নলবাৰীত সঘনাই হৈ থকা বিভিন্ন বেঙ্কৰ পইচা কাঢ়ি লৈ যোৱা কাৰ্য্যত জড়িত ৰিয়াজুল আলী৷ বুধবাৰে এই কাৰ্য্য সংঘটিত কৰিব আহি ৰিয়াজুল আলী জালত পৰিল আৰক্ষীৰ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।