লখিমপুৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ২ঘন্টীয়া অৱস্থান ধৰ্মঘট

 10/03/2019 - 15:17

লখিমপুৰঃ লখিমপুৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ২ঘন্টীয়া অৱস্থান ধৰ্মঘট। এজেৱাইপিৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত তথা উত্তৰ লখিমপুৰ আঞ্চলিকৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী আৰু পেট্ৰ'লিয়ামজাত সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ দাবীত এই প্ৰতিবাদ।

উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্ল'গানেৰে উত্তাল কৰে পৰিৱেশ। উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।