শালবাৰীৰ ভকুৱামাৰীত উত্তপ্ত পৰিস্থিতি

 10/03/2019 - 19:18

শালবাৰীঃ এন আৰ চিত নাম অহাৰ পিছতো সীমান্ত আৰক্ষীয়ে কেইবাটাও পৰিয়ালক জাননী জাৰি কৰিবলৈ অহাক লৈ এই পৰিস্থিতি তিনিজন সীমান্ত আৰক্ষীৰ লোকৰ সৈতে স্থানীয় গাঁওবুঢ়া চন্দ্ৰকান্ত বসুমতাৰীক ৰাইজৰ দ্বাৰা আৱদ্ধ। ঘটনাস্থলীত শালবাৰী আৰক্ষী বিষয়া উপস্থিত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।