ডুমডুমাৰ জকাইচূকত গুলীচালনাৰ ঘটনা

 10/04/2019 - 12:57

ডুমডুমাঃ ৰমেণ মৰাণ নামৰ লোক এজনে একে গাঁওৰ জীতুল মৰাণক গুলীয়াই পলায়ণ কৰে। পেটত গুলীবদ্ধ জীতুল মৰাণক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।