মহামানৱ মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে বিহপুৰীয়াত কংগ্ৰেছৰ পদযাত্ৰা

 10/04/2019 - 13:54

নাৰায়ণপুৰঃ মহামানৱ মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে বিহপুৰীয়াত কংগ্ৰেছৰ পদযাত্ৰা৷ গণতন্ত্ৰবিৰোধী সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে আৰু সত্য, অহিংসা ,ধৰ্মনিৰপেক্ষতা তথা সহনশীলতাৰ বাবে এই পদযাত্ৰা নাৰায়ণপুৰ আৰু বিহপুৰীয়া ব্লক কংগ্ৰেছৰ৷ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ভূপেন কুমাৰ বৰা আৰু লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি জয়প্ৰকাশ দাসৰ অংশগ্ৰহণ পদযাত্রাত৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।