ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা

 10/04/2019 - 14:12

ডিগবৈঃ ডিগবৈত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা৷ বগাপানীৰ ৩৮নং ৰাষ্ট্ৰীয় পথত দুখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় তিনিজন লগতে আহত তিনিজন৷ নিহত যুৱক কেইজন বগাপানীৰ হেৰি মুণ্ডা, পুটলা নায়ক আৰু ৰোহিত কৰ্মকাৰ৷ আহত দুজনৰ বকৰাই মুড়া আৰু পানটিং কেৰকেটা তাৰ ভিতৰত এজন চিনাক্ত হোৱা নাই৷ দুখন বাইকত তিনিজনকৈ উঠি অহাৰ বাবে সৃষ্টি হয় দুৰ্ঘটনা৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।