মুকালমুৱাত পি এণ্ড আৰ ডিৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ

 10/04/2019 - 15:20

মুকালমুৱাঃ ৰাজ্যজুৰি অব্যাহত পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ। চতুৰ্থ দিনৰ বাবে অব্যাহত ঠিকা ভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ। বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত কৰ্ম বিৰতিৰে সাব্যস্ত কৰে প্ৰতিবাদ। চাকৰি সুনিশ্চিত কৰাৰ লগতে নিয়মীয়াকৰণ কৰা। নিয়মীয়া কৰ্মচাৰী সকলে পোৱা সকলো সা-সুবিধা প্ৰদান কৰাৰ দাবীত এই প্ৰতিবাদ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।