মৰিয়নী জংচনত অচিনাক্ত মৃতদেহ উদ্ধাৰ

 10/04/2019 - 16:55

মৰিয়নী: ১৫৯৬৭ উজনিমুৱা ডিব্ৰুগড় ৰঙিয়া ৰেলগাড়ীখনত মৰিয়নী জংচনত এটা অচিনাকি মৃতদেহ উদ্ধাৰ হয়৷ ৰেল আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰে।.ৰেল আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচি লৈ প্ৰেৰণ কৰে। ৩০ মিনিট পাছত পুনৰ ৰেলগাড়ীখন ডিব্ৰুগড় অভিমুখে যাত্ৰা আৰম্ভ কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।