অসম আৰোগ্য নিধিলৈ সমাজকৰ্মী পুষ্প ডেকাৰ অনুদান

 04/28/2020 - 15:47

উত্তৰ গুৱাহাটী: ভয়াৱহ ক'ৰণা ভাইৰাছৰ বিৰুদ্ধে চলি থকা যুদ্ধখনত জয়ী হলৈ ৰাজ্যৰ অগণন জনতাই 'অসম আৰোগ্য নিধিলৈ' আগবঢ়াইছে সহায়ৰ হাত। তাৰ মাজতে আমিনগাঁৱৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী পুষ্প ডেকাই আৰোধ্য নিধিলৈ আগবঢ়াইছে ১,৫৫,৫৫৫/ টকাৰ অনুদান। 

সমাজকৰ্মী ডেকাই উক্ত ধনখিনি চেক যোগে বিত্ত, স্বাস্থ্য তথা শিক্ষামন্ত্ৰীৰ হাতত অলপতে প্ৰদান কৰি ক'ৰণা ভাইৰাছৰ বিৰুদ্ধে চলা যুঁজখনত চৰকাৰক সকলো প্ৰকাৰে সহায় কৰাৰ আশ্বাস প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।