পল্টনবজাৰৰ ৰে'লৱে ক'লনি ছীল প্ৰশাসনৰ

 05/14/2020 - 14:03

ডিজিটেল ডেস্ক: পল্টনবজাৰৰ ৰে'লৱে ক'লনিৰ বাসিন্দা শংকৰ শ্বাহৰ গাত ক'ভিড ১৯ পজিটিভ পোৱাৰ পিছতেই ক'লনিটো ছীল কৰি দিছে প্ৰশাসনে।

ফাঁচী বজাৰৰ চিনাক্তসকলৰ ভিতৰতেই আছিল শ্বাহ। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।