ৰূপহীহাটৰ নাবালিকা ধৰ্ষণৰ অভিযুক্ত আৰক্ষীৰ জালত

 05/02/2019 - 16:26

ৰূপহীহাটঃ ৰূপহীহাটৰ নাবালিকা ধৰ্ষণৰ অভিযুক্ত আৰক্ষীৰ জালত৷ ৰূপহীহাটৰ হাতীপুখুৰীত সংঘটিত হৈছিল কন্যা শিশু ধৰ্ষণৰ ঘটনা৷ ১ মে'ত গাঁৱৰ পথাৰ এখনত শংকৰ মণ্ডল নামৰ এটা লম্পটে যৌন নিৰ্যাতন চলাইছিল ১০ বছৰীয়া শিশুটিক৷

ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছিল অভিযুক্ত শংকৰ মণ্ডল নামৰ লম্পটটো৷ ৰূপহীহাট আৰক্ষীয়ে অভিযান চলাই আটক কৰে ধৰ্ষণৰ অভিযুক্ত শংকৰক৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।