চিবিএছইৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা

 05/06/2019 - 17:17

গুৱাহাটী: আজি ঘোষণা কৰা হ’ল চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল। এইবাৰ মুঠ ১৮,২৭,৪৭২গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল দশম শ্ৰেণীৰ পৰীক্ষাত। চিবিএছইৰ ৱেবছাইটত উপলব্ধ হৈছে ফলাফল। পৰীক্ষাৰ ৩৮ দিনৰ পিছত ঘোষণা কৰা হ'ল ফলাফল।

পৰীক্ষাৰ্থীসকলে cbse.nic.in বা cbseresults.nic.in ৱেবছাইটত ছাৰ্চ কৰিব পাৰিব নিজৰ ফলাফলসমূহ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।