বিশ্ব ৰীলেৰ বাবে সাজু হিমা দাস

 05/07/2019 - 13:17

ডিজিটেল ডেস্ক: জাপানত হ’বলগীয়া বিশ্ব ৰীলেৰ বাবে সাজু অসমকন্যা হিমা দাস। ১১ মে’ত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব স্বৰ্ণকন্যা হিমাই। প্ৰতিযোগিতাৰ বাবে সম্পূৰ্ণ সুস্থ হৈ উঠিছে ‘ধিং এক্সপ্ৰেছ’গৰাকী। ২১ এপ্ৰিলৰ পৰা জাপানত চলাই আছে অনুশীলন।

উল্লেখ্য যে এছিয়ান এথলেটিক চেম্পিয়নশ্বিপত পিঠিৰ বিষৰ বাবে ট্ৰেকতে বাগৰি পৰিছিল হিমা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।