ডবকাৰ মোৰাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

 06/12/2020 - 12:41

 

ডবকাঃ ডবকাৰ মোৰাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। বালি ভৰ্তি চলন্ত ট্ৰাকৰ সন্মুখত হঠাৎ ছাগলি পৰি যোৱাত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাটো সংঘটিত হৈ বুলি জানিব পৰা গৈছে। নম্বৰ বিহীন দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন মোৰাঝাৰৰ পৰা নীলবাগান অভিমুখে গৈ আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।