স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মৃত্যু কামনা কৰি ফেচবুকত পোষ্ট দিয়া অনিল বনিয়াক আটক বিহালী আৰক্ষীৰ

 06/15/2020 - 16:54
 
লংকাঃ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মৃত্যু কামনা কৰি কালি ফেচবুকত পোষ্ট দিয়া কৃষক মুক্তিৰ অনিল বনিয়াক আটক বিহালী আৰক্ষীৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।