বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ শোকত বৌৱেকেও এৰিলে শেষ নিশ্বাস

 06/16/2020 - 09:10

 

নিউজ ডেস্কঃ বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ শোকত দগ্ধ হৈ বৌৱেকৰ মৃত্যু। সুশান্ত সিং ৰাজপুতৰ খুৰাকৰ পুত্ৰৰ পত্নী সুধা দেৱী পূৰ্বৰ পৰা বেমাৰত আক্ৰান্ত হৈ আছিল যদিও সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ খবৰ শুনি শোকত দগ্ধ হৈ তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।