ৰঙিয়াত দুধৰ্ষ বাইক চোৰ আটক

 05/08/2019 - 19:06

ৰঙিয়াঃ আৰক্ষীয়ে ৰঙিয়াৰ এখন ধাবাৰ পৰা ধৰিলে ৰণেজ দৈমাৰী নামৰ বাইক চোৰটোক।

চোৰটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এটা নাইন এমএম পিস্তল, তিনিজাই সজীৱ গুলীৰ লগতে বাইক চুৰিত ব্যৱহৃত বহু সা-সামগ্ৰী। জব্দ এখন পালচাৰ 220 বাইক।

গুৱাহাটী মহানগৰীকে ধৰি অসমৰ বহু ঠাইত বাইক চুৰি কৰি সন্ত্ৰাস চলাইছিল এই গভাইত চোৰটোৱে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।