ৰাজপথত নামাজ পঢ়ি কৰা প্ৰতিবাদক লৈ দুই ফৈদৰ সংঘাত

 05/10/2019 - 18:35

হাইলাকান্দিঃ হাইলাকান্দিত ৰাজপথত নামাজ পঢ়ি প্ৰতিবাদ কৰাক কেন্দ্ৰ কৰি সংঘাত। দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা আৰক্ষীৰ। প্ৰশাসনে জাৰি কৰিলে সান্ধ্য আইন। শিলাবৰ্ষণত আহত এজন নিৰাপত্তাৰক্ষী।

যোৱা শনিবাৰে নামাজৰ সময়ত বাইকৰ ক্ষতি কৰিছিল দুৰ্বৃত্তই। এই ঘটনাৰ প্ৰতিবাদত ৰাজপথতে নামাজ পঢ়িছিল একাংশই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।