কলগাছিয়াত ৫ বছৰীয়া শিশু ধৰ্ষণ

 05/11/2019 - 15:35

কলগাছিয়াঃ এইবাৰ কলগাছিয়াৰ কাউৰঝাহীত ৭০ বছৰীয়া বৃদ্ধই ধৰ্ষণ কৰিলে ৫ বছৰীয়া এটি কন্যা শিশুক।ধর্ষণকাৰী লম্পটৰ নাম ওৱাজেদ আলী।

ঘৰত কোনো নথকাৰ সুযোগতে লম্পট ৱাজেদ আলীয়ে বলপূৰ্বকভাৱে কৰে এই জঘন্য ঘটনা।লম্পট ওৱাজেদ আলীৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত গোচৰ ৰুজু।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।