বাক্সাৰ কুৰিবিলত প্ৰতাৰণা দিৱস পালন

 08/28/2020 - 15:33

 

খাৰিজা বিজনীঃ বাক্সাৰ কুৰিবিলত প্ৰতাৰণা দিৱস পালন। বাক্সা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু আনন্দ বজাৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাই পালন কৰে প্ৰতাৰণা দিৱস। প্ৰতাৰণা দিৱসত কলা পতাকা উত্তোলন কৰি সাব্যস্ত কৰে প্ৰতিবাদ। NO ST NO REST, কমতাপুৰ আমাক লাগিবই, অসম চৰকাৰ হায় হায় আদি শ্ল’গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি বাক্সা জিলা আক্ৰাছুৰ সভাপতি কপিল দেৱ সিংহই বিধান সভাৰ পূৰ্বে কোছ ৰাজবংশী সকলক জনজাতিকৰণ নকৰিলে উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।