শিল্পী মানসী চহৰীয়া দুৰ্ঘটনাত পতিত

 05/13/2019 - 20:02

ডিজিটেল ডেস্কঃ জনপ্রিয় কণ্ঠশিল্পী মানসী চহৰীয়া পতিত হৈছে এক পথ দুৰ্ঘটনাত।জানিব পৰা মতে মানসীয়ে কেন্দুকণাৰ পৰা অনুষ্ঠান কৰি উভটি অহাৰ পথত তেওঁ আহি থকা গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষত থকা গছত গৈ খুন্দিয়ায়।

দুৰ্ঘটনাটোত মানসী চহৰীয়া গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে। লগতে গাড়ীত থকা অন্য ব্যক্তি কেইগৰাকীও কম-বেছি পৰিমাণে আহত হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।