কাইলৈ ঘোষিত হ'ব মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল

 05/14/2019 - 14:35

ডিজিটেল ডেস্ক: বুধবাৰে ৰাজ্যত ঘোষিত হ'ব মেট্ৰিক আৰু হাইমাদ্ৰাছাৰ ফলাফল। কাইলৈ পুৱা ৯ বজাত ঘোষিত হ'ব ফলাফল। ১৩ টা ৱেবছাইটত উপলব্ধ হ'ব ফলাফলসমূহ। জানিব পৰা মতে এইবাৰ ৩ লাখ ৫৪ হাজাৰ ১৪৩ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। ইয়াৰ উপৰি ফলাফলসমূহ ছেবা ম'বাইল এপৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব পাৰিব।

এছএমএছৰ জৰিয়তে ফলাফলসমূহ লাভ কৰিবলৈ SEBA A19- Roll no লিখি 57766 নম্বৰত পঠিয়াব পাৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।