আল্লিয়াত চতুৰ্দশ বিত্তীয় আয়োগৰ কেইবাটাও আঁচনিৰ শুভাৰম্ভ কৰে বিধায়ক অশোক শৰ্মাই

 09/10/2020 - 18:11


বাহাৰঘাটঃ আজি নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই সমষ্টিটোৰ অন্তৰ্গত ১৭ নং আল্লীয়া গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগৰ অনুদানেৰে নিৰ্মান হ’বলগীয়া কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে। উক্ত কাৰ্যসূচী সমূহত বিধায়ক গৰাকীৰ লগত ভাৰতীয় জনতা পাৰ্টী, নলবাৰী জিলাৰ সাধাৰণ সম্পাদিকা পদ্মা ৰামচিয়াৰী,১৮/৪ আল্লীয়া জিলা পৰিষদৰ সদস্যা মাধবী ৰাজবংশী, বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, অনুসূচিত জনজাতি মৰ্চাৰ জিলা সভাপতি হিতেশ ব্ৰহ্ম, মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক বিজয় বৰ্মনৰ উপৰিও কেইবাগৰাকীও বিশিষ্ঠ ব্যক্তি উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.