গুৱাহাটীত পুনৰ পথ ৰ্দুঘটনা

 05/14/2019 - 17:29

গুৱাহাটী: গুৱাহাটীৰ জালুকবাৰীৰ পদুমবড়ীত নিশা তীব্ৰ বেগী ট্ৰাকে খুন্দিয়াই এখন কণ্টেইনাৰ গাড়ীক। ৰ্দুঘটনাটোত গুৰুতৰভাবে আহত কণ্টেইনাৰখনৰ চালক। ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে।আহত চালকজনক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

কিন্তু ঘটনাটো সংঘটিত কৰিয়েই ট্ৰাক চালকজন পলায়ন কৰে। ৰ্দুঘটনাত পতিত কণ্টেইনাৰখনৰ নম্বৰ AS-01-DD-7045।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।