হাইমাদ্ৰাছা পৰীক্ষাত শীৰ্ষস্থান গোৱালপাৰাৰ ৰাখালডুবী হাই মাদ্ৰাছাৰ ছাত্ৰ ছেলিম আহমেদৰ

 05/15/2019 - 13:49

গোৱালপাৰাঃ আজি ঘোষিত হ’ল বহু প্ৰত্যাশিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছাৰ ফলাফল৷ হাইমাদ্ৰাছা পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰে গোৱালপাৰাৰ জিলাৰ ৰাখালডুবী হাই মাদ্ৰাছাৰ ছাত্ৰ ছেলিম আহমেদে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।