ব্ৰেণ্ড এম্বেচাদৰৰ শীৰ্ষত দীপিকা পাদুকন

 05/15/2019 - 17:05

ডিজিটেল ডেক্স: শ্বাহৰুখ, চলমান, অথবা আমিৰ নহয় বৰ্তমান ভাৰতবৰ্ষৰ নম্বৰৱান ফিমেল ব্ৰেণ্ড এম্বেচাদৰ হৈছে দীপিকা পাদুকন। আৰু তেওঁৰ সমান্তৰালকৈ আন এজন তাৰকা হৈছে ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কোহলী। চেলিব্ৰেটী ব্ৰানচৰ ব্ৰেণ্ড ভেল্যু অনুসৰি অভিনেত্ৰী দীপিকা পাদুকনৰ ভেল্যু হৈছে- ১০‌ কোটি ডলাৰ।

ভাৰতীয় ভেল্যুৰ তুলনাত ৭০০ কোটিৰ ওপৰত। বলিউড তাৰকাগৰাকীৰ ফ'ৰ্বছত প্ৰকাশ পোৱা তথ্য অনুসৰি যোৱা বছৰত তেওঁৰ ব্ৰেণ্ড ভেল্যু আছিল ১১৩ কোটি। এইক্ষেত্রত তেওঁ ক্ৰিকেটাৰ এম এছ ধোনী, অভিনেতা আমিৰ খান আৰু তেওঁৰ স্বামী ৰণবীৰ কাপুৰক পিছ পেলায়। দীপিকাই যোৱা বছৰসমূহত ২১ টা বেলেগ বেলেগ ব্ৰেণ্ডৰ ব্ৰেণ্ড এম্বেচাদৰ ৰূপে কাম কৰি আহিছে।

দীপিকাৰ কোম্পানী সূত্ৰই জানিব দিয়া মতে ব্ৰেণ্ড ভেল্যু বৃদ্ধি হোৱাৰ লগে লগে দীপিকা বৰ্তমান ব্যস্ত বহুকেইটা দেশী বিদেশী ব্ৰেণ্ডৰ কামত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।