হালোৱাটিঙত আটক দুজন বাংলাদেশী লোক

 05/16/2019 - 14:20

আমগুৰি: হালোৱাটিঙত আটক কৰা হৈছে দুজনকৈ বাংলাদেশী লোক। আটকাধীন বাংলাদেশী দুজন ক্ৰমে মছেৰ আলী, আকাট আলী মুল্লা। পূৰ্বে হালোৱাটিং থানাত এই দুই ব্যক্তিৰ বিৰুদ্ধে অভিযোগ আছিল।

হালোৱাটিঙৰ নিবাস দে'ৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত কৰ্মৰত আছিল এই লোক দুজন ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।