চামগুৰিত বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ

 05/16/2019 - 15:32

পুৰণিগুদাম: চামগুৰিত বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ। চামগুৰিৰ উদমাৰী ঢোলপাহাৰত উদ্ধাৰ হৈছে মৃতদেহটো। খাদ্যৰ বিষক্ৰিয়া হৈ হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ ৰাইজৰ। খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰিছিল হাতীটোৱে।

ঘটনাস্থলীত শালনা আঞ্চলিক বন বিভাগৰ লোক উপস্থিত হৈ সৎকাৰৰ ব্যৱস্থা কৰিছে হাতীটোৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।