প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কঠিয়াতলী ব্লক কংগ্ৰেছৰ

 11/24/2020 - 15:05

 

কামপুৰঃ স্বনামধন্য ৰাজনীতিবিদ তৰুণ গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কঠিয়াতলী ব্লক কংগ্ৰেছৰ। পুৱাই কঠিয়াতলী ব্লক কংগ্ৰেছ; মহিলা কংগ্ৰেছৰ লগতে যুৱ কংগ্ৰেছ; এন এছ ইউ আই সদস্যসকলে কামপুৰ ৰাস পথাৰত প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ প্ৰতিচ্ছবিত মাল্যপন কৰি ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি জনাই।

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.