লামডিঙত প্ৰকাণ্ড বিষাক্ত কিং কোবৰা সাপ উদ্ধাৰ

 11/27/2020 - 16:48

 


লামডিংঃ লামডিঙত উদ্ধাৰ প্ৰকাণ্ড বিষাক্ত কিং কোবৰা সাপ। ইটাভাতা চাৰ আলিৰ সমীপত এটা গছত আছিল এই বিষাক্ত কিং কবৰা। দেখি স্থানীয় লোকৰ মাজত আতংকৰ সৃষ্টি হয়।

পিছত স্থানীয়লোক বন বিভাগত খবৰ দিয়ে। বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ লামডিং স্নেক টিমৰ এটা দল বাপি মজুমদাৰ আৰু আকাশ দে সহযোগত পনেৰো ফুট দীঘল সাপটো উদ্ধাৰ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।