আজি মধ্য অসমৰ তিৱা নিৰ্বাচনৰ ভোট দান প্ৰক্ৰিয়া আৰম্ভঃ তিৱা স্বায়ত্ব পৰিষদৰ ২৭নং কাকী সমষ্টিটো আৰম্ভ হৈছে ভোট গ্ৰহন

 12/17/2020 - 14:11

 

লংকাঃ ৰাতিপুৱা ৭.৩০ বজাৰ পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ। ভোটাৰসকলে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পুৱাই হিলদল ভাঙি ওলাই আহিল ভোট কেন্দ্ৰসমুহলৈ। আনহাতে হোজাই জিলা প্ৰসাশণৰ সম্পূৰ্ণ কটকটীয়া নিৰাপত্তাৰ মাজেৰে সম্পূৰ্ণ কভিড প্ৰটকল মানি ভোটদানৰ কাৰ্যসূচী আৰম্ভ হৈছে। মধ্য অসমৰ বিভিন্ন তিৱা স্বায়িত্ব পৰিষদৰ লগতে ২৭ নং কাকী ১৫ টা ভোট কেন্দ্ৰত আৰম্ভ হৈছে ভোট গ্ৰহন। আনহাতে কভিড ১৯ ৰ ভয়াবহতাৰ বাবে হোৱা লকডাউনৰ বাবে ইমানদিনৰ পাছত ৰাইজে মুকলিকৈ ওলাই আহি ভোট প্ৰদান কৰিবলৈ পাই উৎফুল্লিত হৈ পৰিছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.