12/25/2020 - 15:13
in
লংকাঃ লংকা ৰে’ল ষ্টেচনৰ কাষত থকা বজাৰৰ কেইবাখনো বিপনীত শেষ নম্বৰ (ENDING )খেলৰ ৰমৰমীয়া ব্যৱসায়। লংকা আৰক্ষীক চকুত ধুলি মাৰি চলাই গৈছে জুৱা খেলৰ ব্যৱসায়। জুৱা খেলৰ টিকট বিক্ৰী কৰা লোকৰ মুখেৰে স্বীকাৰ যে হাৰাধন নামৰ লোক দুজনৰ চত্ৰচায়াত চলি আছে জুৱা খেলৰ ৰমৰমীয়া ব্যৱসায়।